Class 9 Maths 1.5 Assamese Medium | Z4F4V9 |সংখ্যা প্রণালী

Class 9 Maths 1.5 Assamese Medium

সংখ্যা প্রণালীৰ সকলো প্ৰশ্নৰ উত্তৰ

অনুশীলনী 1.5

  1.    তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অৰিমেয় হিচাবে শ্ৰণীভুক্ত কৰা ।

     
   (v) 2π  উত্তৰ:

  পৰিমেয় সংখ্যাবোৰ হল -:

  অপৰিমেয় সংখ্যাবোৰ হল  -:

       2.   তলৰ প্ৰতিটো ৰাখি সৰল কৰা ।

(i)             (3 + √3) (2 + √2)

 সমাধান:

(ii)             (3 + √3) (3 – √3)

            সমাধান:  

       

            সমাধান:  

           সমাধান:  

           সমাধান:  

      
            সমাধান:  

                              


            সমাধান: 

     3.   মনত পেলোৱা যে π ৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি (ধৰা C)আৰু সেই বৃত্তৰ ব্যাসৰ (ধৰা D) অনুপাত বুলি কোৱা হৈছে । অৰ্থাৎπ = C/D । দেখা গৈছে যে এই কথাই π যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে । এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা ?

   সমাধান:

ইয়াত কোনো বিৰোধ নাই । মনত ৰখা হ’ল যে যেতিয়া তুমি কোনো দৈৰ্ঘ্য এডাল স্কেল নাইবা অইন কোনো উপায়েৰে জোখা, তুমি কেৱল এটা আসন্ন পৰিমেয় মানেহে পাবা । গতিকে, তুমি উপলদ্ধ কৰিব নোৱাৰিব পাৰা যে হয় C নাইবা D অপৰিমেয়।

4.  √9.3 ক সংখ্যা ৰেখাত উপস্হাপন কৰা ।

    সমাধান:

এটা স্হিৰ বিন্দু  A ৰ পৰা 9.3 একক দুৰত্বত B এটা বিন্দু লোৱা হ’ল  । B বিন্দুৰ পৰা 1 একক দুৰত্বত C আন এটা বিন্দু লোৱা হ’ল   । A আৰু C ৰ পৰা মধ্যবিন্দু O সূচিত কৰা হয় । এতিয়া OC ৰ সমান ব্যসাৰ্ধ লৈ AC  ছেদ কৰাকৈ এটা অৰ্ধবৃক্ত অংকণ কৰা হ’ল । এতিয়া AC  ৰ ওপৰত AC⊥BD অংকণ কৰা হ’ল  । এতিয়া DB  ৰ সমান ব্যসাৰ্ধ লৈ B বিন্দুক কেন্দ্ৰ ধৰি আন এটা বৃ্ক্তচাপ অংকণ কৰা হ’ল  । এই বৃক্তচাটোৱে AC ৰ বৰ্দ্ধিত অংশত Q বিন্দুত ছেদ কৰছি।

Q বিন্দুটোৱে √9.3 ক বুজাব ।

     4.   তলৰ ৰাশিৰ হৰ বিলাক পৰিমেয় কৰা:

        সমাধান:





    

     

    
  

সমাধান:   দিয়া আছে, x = 1 + √2

               =  সোঁপক্ষ

দেখুওৱা হ   
   সমাধান:

  
   সমাধান: