Class 9 Maths 1.4 Assamese Medium| Z4F4V9 |সংখ্যা প্রণালী

Class 9 Maths 1.4 Assamese Medium

সংখ্যা প্রণালীৰ সকলো প্ৰশ্নৰ উত্তৰ

Class 9 Maths

অনুশীলনী 1.4


 1.  ক্ৰমাগত পৰিৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত  প্ৰৰ্দশন কৰা  ?

    সমাধান:

       (i)     3.765 সংখ্যাটো 3 আৰু 4 ৰ মাজত থাকিব ।

     (ii)   3.765 সংখ্যাটো 3.7 আৰু 3.8 ৰ মাজত থাকিব

   (iii)  3.765 সংখ্যাটো  3.76 আৰু 3.77 ৰ মাজত থকিব ।

  (iv)   সংখ্যাৰেখাত থকা P বিন্দুটোৱে 3.765 ক নিৰ্দ্দেশ কৰিছে ।

       2.  সংখ্যাৰেখাত থকা বিন্দুটোৱে 3.765 ক নিৰ্দ্দশ কৰিব ।

     সমাধান:

      (i)     4.26 সংখ্যাটো আৰু ৰ মাজত থাকিব ।

    (ii)     4.26 সংখ্যাটো 4.2 আৰু 4.3 ৰ মাজত থাকিব ।

    (iii)   4.26 সংখ্যাটো 4.26  আৰু 427  ৰ মাজত থাকিব ।

   ইয়াত 4.26 সংখ্যাটোৰ চতুৰ্থ দশমিক স্হান  4.266

(iv)             সংখ্যাৰেখাডালত থকা বিন্দুটোৱেই 4.26 ক নিৰ্দ্দশ কৰিব ।