Class 9 Maths 1.1 Assamese Medium | সংখ্যা প্রণালী | Z4F4V9

Class 9 Maths 1.1 Assamese Medium

সংখ্যা প্রণালীৰ সকলো প্ৰশ্নৰ উত্তৰ

অনুশীলনী 1.1

প্রশ্ন 1:  শূণ্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত (p, q অখণ্ড সংখ্যা, q # 0) প্রকাশ কৰিব পাৰিনে?
সমাধানঃ শূণ্যটো পৰিমেয় সংখ্যা হয়। ইয়াক p/q আৰ্হিত (q # 0) প্রকাশ কৰিব পাৰি। যেনে— 0/2 = 0/7 = 0/101

প্রশ্ন 2:  3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা।
class 9 maths in Assamese ex 1.1

অনুশীলনী 1.5