Class 9 Maths 1.4 Assamese Medium
সংখ্যা প্রণালীৰ সকলো প্ৰশ্নৰ উত্তৰ
Class 9 Maths
অনুশীলনী 1.4
1. ক্ৰমাগত পৰিৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যাৰেখাত প্ৰৰ্দশন কৰা ?
সমাধান:
(i) 3.765 সংখ্যাটো 3 আৰু 4 ৰ মাজত থাকিব ।
(ii) 3.765 সংখ্যাটো 3.7 আৰু 3.8 ৰ মাজত থাকিব।
(iii) 3.765 সংখ্যাটো 3.76 আৰু 3.77 ৰ মাজত থকিব ।
(iv) সংখ্যাৰেখাত থকা P বিন্দুটোৱে 3.765 ক নিৰ্দ্দেশ কৰিছে ।
2. সংখ্যাৰেখাত থকা P বিন্দুটোৱে 3.765 ক নিৰ্দ্দশ কৰিব ।
সমাধান:
(i) 4.26 সংখ্যাটো 4 আৰু 5 ৰ মাজত থাকিব ।
(ii) 4.26 সংখ্যাটো 4.2 আৰু 4.3 ৰ মাজত থাকিব ।
(iii) 4.26 সংখ্যাটো 4.26 আৰু 427 ৰ মাজত থাকিব ।
ইয়াত 4.26 সংখ্যাটোৰ চতুৰ্থ দশমিক স্হান = 4.266
(iv) সংখ্যাৰেখাডালত থকা Q বিন্দুটোৱেই 4.26 ক নিৰ্দ্দশ কৰিব ।