Class 9 Maths 1.5 Assamese Medium
সংখ্যা প্রণালীৰ সকলো প্ৰশ্নৰ উত্তৰ
অনুশীলনী 1.5
1. তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অৰিমেয় হিচাবে শ্ৰণীভুক্ত কৰা ।
(v) 2π উত্তৰ:
পৰিমেয় সংখ্যাবোৰ হল -:
অপৰিমেয় সংখ্যাবোৰ হল -:
2. তলৰ প্ৰতিটো ৰাখি সৰল কৰা ।
(i) (3 + √3) (2 + √2)
সমাধান:
(ii) (3 + √3) (3 – √3)
সমাধান:
সমাধান:
সমাধান:
সমাধান:
সমাধান:
সমাধান:
3. মনত পেলোৱা যে π ৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি (ধৰা C)আৰু সেই বৃত্তৰ ব্যাসৰ (ধৰা D) অনুপাত বুলি কোৱা হৈছে । অৰ্থাৎπ = C/D । দেখা গৈছে যে এই কথাই π যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে । এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা ?
সমাধান:
ইয়াত কোনো বিৰোধ নাই । মনত ৰখা হ’ল যে যেতিয়া তুমি কোনো দৈৰ্ঘ্য এডাল স্কেল নাইবা অইন কোনো উপায়েৰে জোখা, তুমি কেৱল এটা আসন্ন পৰিমেয় মানেহে পাবা । গতিকে, তুমি উপলদ্ধ কৰিব নোৱাৰিব পাৰা যে হয় C নাইবা D অপৰিমেয়।
4. √9.3 ক সংখ্যা ৰেখাত উপস্হাপন কৰা ।
সমাধান:
এটা স্হিৰ বিন্দু A ৰ পৰা 9.3 একক দুৰত্বত B এটা বিন্দু লোৱা হ’ল । B বিন্দুৰ পৰা 1 একক দুৰত্বত C আন এটা বিন্দু লোৱা হ’ল । A আৰু C ৰ পৰা মধ্যবিন্দু O সূচিত কৰা হয় । এতিয়া OC ৰ সমান ব্যসাৰ্ধ লৈ AC ছেদ কৰাকৈ এটা অৰ্ধবৃক্ত অংকণ কৰা হ’ল । এতিয়া AC ৰ ওপৰত AC⊥BD অংকণ কৰা হ’ল । এতিয়া DB ৰ সমান ব্যসাৰ্ধ লৈ B বিন্দুক কেন্দ্ৰ ধৰি আন এটা বৃ্ক্তচাপ অংকণ কৰা হ’ল । এই বৃক্তচাটোৱে AC ৰ বৰ্দ্ধিত অংশত Q বিন্দুত ছেদ কৰছি।
Q বিন্দুটোৱে √9.3 ক বুজাব ।
4. তলৰ ৰাশিৰ হৰ বিলাক পৰিমেয় কৰা:
সমাধান:
সমাধান: দিয়া আছে, x = 1 + √2
= সোঁপক্ষ
দেখুওৱা হ’ল
সমাধান:
সমাধান: