Influencer Marketing

ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙ(Influencer Marketing)ৰ প্ৰভাৱৰ লগতে তীব্ৰ উত্থানে ইনফ্লুয়েন্সাৰ সকলৰ বিশ্বাস গ্ৰাহকৰ মাজত দিনক দিনে বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। প্ৰায় সকলো সৰু–ডাঙৰ ব্ৰেণ্ডে পৰম্পৰাগত মাধ্যমৰ তুলনাত ডিজিটেল মাৰ্কেটিঙত অধিক বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে বৰ্তমান সময়ত ইনফ্লুয়েন্সাৰ মাৰ্কেটিং ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰে দ্ৰুততম বিকাশশীল উদ্যোগসমূহৰ ভিতৰত অন্যতম। ভাৰতত এই উদ্যোগৰ মূল্য ৯০০ কোটি টকা আৰু ই ২০২৫ চনৰ ভিতৰত ২, ২০০ কোটি টকা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে। 

Influencer Marketing in Assamese
Influencer Marketing in Assamese
Influencer Marketing in Assamese
Influencer Marketing in Assamese
Influencer Marketing in Assamese

ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুক, ম’জ এপ আদিৰ দৰে ছʼচিয়েল মিডিয়া প্লেটফৰ্মত ইনফ্লুয়েন্সাৰসকলে বিভিন্ন সৰু–ডাঙৰ ব্ৰেণ্ডৰ বাবে প্ৰচাৰ কৰে। সাম্প্ৰতিক সময়ত, প্ৰায় ৭০ শতাংশ গ্ৰাহকে সামাজিক মাধ্যমৰ ৰিভিউ আৰু ইনফ্লুয়েন্সাৰৰ মতামতৰ সহায়ত বহুতো সামগ্ৰী বা সেৱা ক্ৰয় কৰে। আজিৰ দিনত গ্ৰাহকে পৰম্পৰাগত চেলিব্ৰিটিতকৈ ইনফ্লুয়েন্সাৰসকলৰ ওপৰত অধিক বিশ্বাস কৰে। ২০২১ চনৰ ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙৰ প্ৰতিবেদন অনুসৰি চেলিব্ৰিটিসকলৰ ভাৰতীয় বিপণন প্ৰচাৰত বজাৰৰ অংশ আছিল মাত্ৰ ২৭ শতাংশ। আনহাতে, ইনফ্লুয়েন্সাৰসকলৰ অংশ আছিল ৭৩ শতাংশ। 

What is Influencer Marketing in Assamese?

এই ইনফ্লুয়েন্সাৰ মাৰ্কেটিংনো কি, সেই বিষয়ে বুজি লোৱাটো গুৰুত্বপূৰ্ণ। ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙৰ সমগ্ৰ ধাৰণাটো প্ৰত্যক্ষভাৱে ইনফ্লুয়েন্সাৰ সকলৰ ফল’ৱাৰ(Follower) আৰু এনগেইজমেণ্ট(Engagement Rate) ৰে’টৰ ওপৰত নিৰ্ভৰ কৰে। ইনফ্লুয়েন্সাৰ সকলৰ বাবে আন এক গুৰুত্বপূৰ্ণ চৰ্ত হৈছে, তেওঁ কোনটো শৈলী বা শ্ৰেণীৰ ইনফ্লুয়েন্সাৰ(niche)। যেতিয়া আমি শৈলী বা শ্ৰেণী বুলি কওঁ, তেতিয়া:

  • সৌন্দৰ্য আৰু মেক–আপ, 
  • কম্পিউটাৰ আৰু গেজেট, 
  • হাস্যৰস আৰু ধেমালি, 
  • পোছাক, ফেশ্বন আৰু মডেলিং, 
  • Meme, ইণ্টাৰনেট ব্যক্তিত্ব

ইত্যাদিবোৰ বিষয় সন্নিবিষ্ট কৰা হয় আৰু প্ৰতিটো শৈলীৰ লক্ষ্য দৰ্শক পৃথক হয়। সেয়েহে, ব্ৰেণ্ডবোৰে তেওঁলোকৰ প্ৰয়োজনীয় ইনফ্লুয়েন্সাৰ চিনাক্ত কৰে আৰু তেওঁলোকৰ সৈতে ইনফ্লুয়েন্সাৰ প্লেটফৰ্ম যেনে গ্ৰ–নাও মিডিয়াগুড ক্ৰিয়েটৰ, প্লিক্সচʼ, অপা, গ্ৰিন, ফ্ৰি–স্কাউট আদিৰ জৰিয়তে কলাবৰেশ্বন বা এফিলিয়েট(Affiliate) কৰে। 

ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙৰ পদানুক্ৰমত শীৰ্ষ স্থান চেলিব্ৰিটি সকলেই দখল কৰে, যিসকল মূলতঃ মনোৰঞ্জন আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ পৰা অহা হয়। কিয়নো তেওঁলোকৰ যথেষ্ট সংখ্যক ফল’ৱাৰচ থাকে। তেওঁলোকৰ পিছতে এক মিলিয়নতকৈও অধিক ফল’ৱাৰচৰ সৈতে মেগা–ইনফ্লুয়েন্সাৰ, ৫০০ কেৰ পৰা ১ মিলিয়ন ফল’ৱাৰচৰ সৈতে মেক্ৰʼ-ইনফ্লুয়েন্সাৰ, ১০০–৫০০কে অনুসৰণকাৰীৰ সৈতে মিড–ইনফ্লুয়েন্সাৰ, আৰু তাৰ পিছতেই ১০–১০০কে অনুসৰণকাৰীৰ সৈতে মাইক্ৰ’-ইনফ্লুয়েন্সাৰসকল থাকে আৰু একেবাৰে শেষত ১–১০ কে ফল’ৱাৰচৰ সৈতে নেনʼ-ইনফ্লুয়েন্সাৰসকল থাকে। এই সকল ইনফ্লুয়েন্সাৰৰ ভিতৰত মাইক্ৰ’ আৰু নেনʼ-ইনফ্লুয়েন্সাৰসকলে গ্ৰাহকসকলক সামগ্ৰী বা সেৱা ক্ৰয় কৰিবলৈ প্ৰলোভিত কৰাৰ সৰ্বাধিক ক্ষমতা থাকে। 

Learn Digital Marketing in Assamese

Categories of Influencers

  1. Nano Influencers
  • Followers: 1,000 – 10,000
  • Characteristics: Highly engaged audience, very personal interactions
  • Example: Local bloggers, niche content creators
  1. Micro Influencers
  • Followers: 10,000 – 50,000
  • Characteristics: High engagement rates, strong influence within their niche
  • Example: Fitness coaches, lifestyle vloggers
  1. Mid-tier Influencers
  • Followers: 50,000 – 100,000
  • Characteristics: Wider reach, still maintain a personal connection with their audience
  • Example: Regional celebrities, popular YouTubers
  1. Macro Influencers
  • Followers: 100,000 – 1,000,000
  • Characteristics: Large following, significant influence, more polished content
  • Example: National celebrities, well-known industry experts
  1. Mega Influencers
  • Followers: Over 1,000,000 (1M+)
  • Characteristics: Very high reach, professional-level content, often work with large brands
  • Example: National or international celebrities, top-tier YouTubers and Instagram stars

How to Choose Right Influencer for your Brand:

ছ’চিয়েল মিডিয়া বিশেষজ্ঞসকলৰ মতে, মাইক্ৰ’ আৰু নেনʼ-ইনফ্লুয়েন্সাৰসকল আন ইনফ্লুয়েন্সাৰসকলৰ তুলনাত গ্ৰাহকৰ সৈতে ব্যস্ততাৰ হাৰ অধিক। নেনʼ আৰু মাইক্ৰ’-ইনফ্লুয়েন্সাৰে দিয়া সামগ্ৰীৰ ৰিভিউ চাই প্ৰায় ৩০–৪০% ক্ৰেতাই সামগ্ৰী ক্ৰয় কৰে। ইয়াৰ কাৰণ হৈছে, নেনো–বা মাইক্ৰ’-ইনফ্লুয়েন্সাৰসকল বেলেগ –ইনফ্লুয়েন্সাৰসকলৰ তুলনাত কম ফল’ৱাৰচ থকাৰ বাবে তেওঁলোকৰ লগত ব্যক্তিগত পৰ্যায়ত ফল’ৱাৰচৰ সৈতে যোগাযোগ কৰাৰ লগতে প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সুবিধাও থাকে। ব্ৰেণ্ডবোৰে প্ৰায়ে এই শ্ৰেণীৰ ইনফ্লুয়েন্সাৰসকলৰ লগত কলাবৰেচন কৰে। ইয়াৰ কাৰণ হৈছে এই শ্ৰেণীৰ ইনফ্লুয়েন্সাৰসকলৰ লগত ব্ৰেণ্ডবোৰৰ বাবে বিষয় একোটা মীমাংসা কৰাটো সহজ হৈ পৰে। 

আজিৰ দিনত ৰিভিউ, ব্লগ, ষ্ট’ৰী, ৰীল আদিয়ে ব্ৰেণ্ডবোৰৰ বিক্ৰী ত্বৰান্বিত কৰাটো পৰিলক্ষিত হৈছে। প্ৰায় সকলো ব্ৰেণ্ডৰ বাবে ইনফ্লুয়েন্সাৰসকল তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ এক মুখ্য চালিকা শক্তি হৈ পৰিছে। ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙৰ ২০২১ ৰ প্ৰতিবেদন অনুসৰি, ৮০ শতাংশ ব্ৰেণ্ডে ইনফ্লুয়েন্সাৰ সকলৰ লগত বিনিয়োগ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে। ইনফ্লুয়েন্সাৰ মাৰ্কেটিংৰ বিভিন্ন শ্ৰেণীত বিশাল উপস্থিতি আছে। যেনে, ব্যক্তিগত যত্ন (২৫%), খাদ্য আৰু পানীয় (২০%), ফেশ্বন আৰু গহনা (১৫%) আৰু ম’বাইল আৰু ইলেক্ট্ৰনিক্স (১০%) যি সামগ্ৰিকভাৱে ৭০% ক্ৰেতাক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। ইনফ্লুয়েন্সাৰ মাৰ্কেটিংৰ বৰ্ধিত প্ৰৱণতা দেখি বেঙ্কিং, বিত্তীয় সেৱা, আৰু বীমা (বিএফএছআই) খণ্ডবোৰেও তেওঁলোকৰ নতুন চাৰ্ভিচৰ প্ৰৱৰ্তন কৰিবলৈ আৰু গ্ৰাহকক ব্যক্তিগত বিত্তীয় লেন–দেনৰ বিষয়ে সজাগ কৰিবলৈ ইনফ্লুয়েন্সাৰসকলৰ সৈতে যোগসূত্ৰ স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। 

বহুলোকৰ মনত এটা প্ৰশ্ন উদয় হ’ব পাৰে যে ব্ৰেণ্ডবোৰে কেনেকৈ ইনফ্লুয়েন্সাৰসকলক তেওঁলোকৰ সামগ্ৰী বা সেৱাসমূহ প্ৰচাৰ বা মাৰ্কেটিং কৰিবলৈ বাছনি কৰে। বাছনিৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে এজন‌ ইনফ্লুয়েন্সাৰৰ মুঠ ফল’ৱাৰচৰ সংখ্যা। তাৰ পিছতে আছে ফল’ৱাৰচৰ লগত ইনফ্লুয়েন্সাৰজনৰ এনগেইজমেণ ৰে’ট আৰু শেষৰ চৰ্তটো হৈছে ইনফ্লুয়েন্সাৰজনৰ কণ্টেণ্টৰ মানদণ্ড। ব্ৰেণ্ডবোৰে ইনফ্লুয়েন্সাৰসকলক তেওঁলোকৰ টাৰ্গেট কাষ্টমাৰৰ মাজত তেওঁলোকৰ ইনষ্টাগ্ৰাম ৰীল, ইউটিউব ব্লগ আদিৰ জৰিয়তে সামগ্ৰী বা সেৱাৰ ইউ–এছ–পি প্ৰদৰ্শনৰ লগতে ব্ৰেণ্ড সজাগতা আৰু বিক্ৰী বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰ বিনিময়ত ব্ৰেণ্ডবোৰে ইনফ্লুয়েন্সাৰসকলক ধন বা তেওঁলোকৰ প্ৰডাক্টসমূহ বিনামূলীয়াকৈ দিয়ে যাক কোৱা হয় বাৰ্তাৰ কলাবৰেচন। 

How to Choose Right Influencer for a New Brand:

Choosing the right influencer for a newly launched brand is crucial for a successful marketing campaign. Here’s a step-by-step guide to help you make the right choice:

1. Define Your Goals

  • Brand Awareness: If your goal is to increase brand visibility, consider influencers with a large following.
  • Engagement: If you want to boost interactions, look for influencers with high engagement rates.
  • Conversions: If driving sales is your priority, choose influencers with a proven track record of influencing purchase decisions.

2. Understand Your Target Audience

  • Demographics: Consider age, gender, location, and interests of your target audience.
  • Platforms: Identify which social media platforms your audience uses the most.
  • Engagement Patterns: Understand when and how your audience engages with content.

3. Identify Potential Influencers

  • Relevance: Ensure the influencer’s content aligns with your brand’s values and products.
  • Reach: Consider the influencer’s follower count to match your visibility goals.
  • Engagement: Look at likes, comments, and shares to gauge audience interaction.
  • Authenticity: Choose influencers who create genuine and relatable content.

4. Research Influencers

  • Content Quality: Evaluate the quality of their posts, photos, and videos.
  • Previous Collaborations: Check their past partnerships to ensure they don’t conflict with your brand.
  • Audience Feedback: Look at comments and feedback from their followers.

5. Evaluate Performance Metrics

  • Engagement Rate: Calculate the ratio of likes and comments to followers.
  • Follower Growth: Assess how quickly their audience is growing.
  • Conversion Rate: If possible, review data from past campaigns.

6. Budget Considerations

  • Cost Per Post: Determine how much you can afford to pay for sponsored content.
  • Negotiations: Be prepared to negotiate terms and rates with the influencer.

7. Establish a Relationship

  • Initial Contact: Reach out with a personalized message explaining why you want to collaborate.
  • Clear Communication: Discuss campaign goals, deliverables, and timelines.
  • Contracts: Draft agreements that outline expectations, payment terms, and content usage rights.

8. Monitor and Analyze

  • Campaign Tracking: Use tracking links and promo codes to measure the campaign’s effectiveness.
  • Feedback: Gather feedback from the influencer and their audience to improve future campaigns.
  • Performance Review: Analyze the results against your initial goals to assess ROI.

9. Long-term Engagement

  • Build Relationships: Foster ongoing relationships with influencers who perform well.
  • Ambassadorships: Consider long-term partnerships for consistent brand promotion.

Best Influencer Marketing Company in Assam:

Here are top 5 Influencer Marketing Companies in Assam. If you are Brand Or a Influencer from Assam you can Choose one of the Agency or Company you Want.

ইনফ্লুয়েন্সাৰসকলৰ দিনক দিনে বৃদ্ধি হোৱা বাৰ্তাৰ কলাবৰেচনৰ পৰিপ্ৰেক্ষিত, কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (চিবিডিটি) যোৱা জুন মাহত এক নিৰ্দেশনা জাৰি কৰি কয় যে ছ’চিয়েল মিডিয়াৰ ইনফ্লুয়েন্সাৰসকলৰ পৰা ১ জুলাই, ২০২২ ৰ পৰা ১০% টিডিএছ কৰ্তন কৰা হ’ব। 

ইনফ্লুয়েন্সাৰ মাৰ্কেটিং যুৱ প্ৰজন্মৰ বাবে বৰ্তমান এক লাভজনক কেৰিয়াৰ হৈ পৰিছে কিয়নো তেওঁলোকে ঘৰৰ পৰা কাম কৰি ইয়াৰ জৰিয়তে এক মোটা পৰিমাণৰ অৰ্থ উপাৰ্জন কৰিব পাৰে। তদুপৰি, দেশৰ ডিজিটেল বিজ্ঞাপনৰ বজাৰখন‌ অহা ১০ বছৰত ১০ গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াত ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙে এক মুখ্য ভূমিকা পালন কৰিব কিয়নো বেছিভাগ ব্ৰেণ্ড আৰু কোম্পানিয়ে তেওঁলোকৰ বিজ্ঞাপন বাজেটৰ ৮০–৯০ শতাংশ ছ’চিয়েল মিডিয়াত বিনিয়োগ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মূল কাৰণবোৰ হৈছে, ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙৰ কাৰ্যকৰীতা, বিশ্বাসযোগ্যতা আৰু ইনফ্লুয়েন্সাৰৰসকলৰ কাষ্টমাৰৰ লগত ঘটা কনেকশ্বন। কিন্তু একে সময়তে, ইনফ্লুয়েন্সাৰসকলে বিজ্ঞাপনৰ নৈতিকতাক নিশ্চিত কৰিব লাগিব যাতে গ্ৰাহকসকল বিপথে পৰিচালিত নহয়। ব্ৰেণ্ড এটাৰ প্ৰচাৰ আৰু মাৰ্কেটিং কৰোঁতে ন্যায়সঙ্গতভাৱে কাম কৰাটো এজন ইনফ্লুয়েন্সাৰৰ দায়িত্ব যাতে ইনফ্লুয়েন্সাৰ মাৰ্কেটিঙৰ বিশ্বাস অক্ষুণ্ণ থাকে।

Who is the highest follower on Instagram in Assam?

Who is the highest follower on Instagram in Assam?

Surabhi Das is the Hight Followers on instagram in Assam. She has 996k Followers with 1411 Posts. Surabhi Das is a Actress from Assam. Her Instagram ID is @surabhi_das22
Surabhi Das was born on August 22, 1998 in Guwahati, Assam, India. She is an actress, known for Nima Denzongpa (2021)Dada tumi dusto bor (2022) and Kio Baru (2021).

Who is the Assamese top youtuber?

The Assamese Top individual Youtuber is Dimpu Baruah.

Who is the No 1 vlogger in Assam?

Dimpu Baruah is the No 1 Vlogger in Assam.

who is the daughter of himanta biswa sarma?

Sukanya Sarma is the daughter of himanta biswa sarma.